সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আতুৰ হোৱা অৱস্থা
উদাহরণ : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
সমার্থক : আতুৰতা, উৎকণ্ঠা, কাতৰতা, ব্যগ্রতা
অর্থ : ধৈর্যহীন হোৱা অৱস্থা বা ভাব
উদাহরণ : ধৈর্যহীনতাই মানুহক দুর্বল কৰি তোলে
সমার্থক : ধৈর্যহীনতা
ইনস্টল