সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অধিকাৰ, প্রভাৱ আদিত
উদাহরণ : শ্যামে মোৰ অধীনত কাম কৰে
অর্থ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
উদাহরণ : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
সমার্থক : পৰবশ, বশীভূত, বাধ্য
অর্থ : যি কাৰোবাৰ বশীভূত হৈ আছে
উদাহরণ : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
অর্থ : যি আনৰ অধীন
উদাহরণ : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়
সমার্থক : গোলাম, পৰবশ, পৰাধীন
অর্থ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
উদাহরণ : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
সমার্থক : অধীনস্থ
ইনস্টল