অর্থ : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল
উদাহরণ :
সমার্থক : অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, মহাৰাজ, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী
অর্থ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
উদাহরণ :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
সমার্থক : অধিকাৰী, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা