সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে
উদাহরণ : তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে
অর্থ : যাৰ অধিগ্রহণ কৰা হৈছে
উদাহরণ : চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে
সমার্থক : অধিগৃহীত
অর্থ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
উদাহরণ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
সমার্থক : অধিবাসী, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
ইনস্টল