সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
উদাহরণ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
সমার্থক : অপৰাধ, কলুষ, দোষ, পাতক, পাপ
অর্থ : ধর্ম বিৰোধী কার্য
উদাহরণ : আজিকালি সমাজত অধর্মৰ বহুল ্প্রচাৰ হৈছে
সমার্থক : কুধর্ম, ্দুৰাচাৰ
অর্থ : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ
উদাহরণ :
সমার্থক : অপৰাধ, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়
ইনস্টল