সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেছি কথা কোৱা ব্যক্তি
উদাহরণ : কথকীৰ মাজত মনে মনে থকাই ভাল
সমার্থক : কথকী
অর্থ : বহুত কথা কʼব পৰাজন
উদাহরণ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
সমার্থক : কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
অর্থ : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
উদাহরণ : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
সমার্থক : অতিবক্তা, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, চেলেপু, বহুবল্কী
ইনস্টল