সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অন্য কোনো চহৰ বা দেশলৈ অহা মানুহ
উদাহরণ : এই দলটোৱে অচিনাকিসকলক লুটপাত কৰে
অর্থ : কোনো অনিশ্চিত বা অকথিত
উদাহরণ : আপুনি অমুক ব্যক্তিৰ কথা কিয় মানি লয়
সমার্থক : অমুক, অমুক-তমুক
অর্থ : যি পৰিচিত নহয়
উদাহরণ : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
সমার্থক : অচিন, অজান, অজানা, অপৰিচিত
অর্থ : যিটো জ্ঞাত নহয়
উদাহরণ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
সমার্থক : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অজান, অজানা, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা
ইনস্টল