অর্থ : পেটৰ ভিতৰৰ আমাশয়ৰ পিছফালে ওলমি থকা একধৰণৰ ডাঙৰ আৰু দীঘলীয়া আকাৰৰ গ্রন্থি বিশেষ
উদাহরণ :
অগ্ন্যাশয়ৰ পৰা পাচক ৰসৰ নিঃসৰণ হয়
অর্থ : শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়
উদাহরণ :
অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে
সমার্থক : অগ্নাশয়, ক্লোম, পাচনগ্রন্থি