সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে
উদাহরণ : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে
সমার্থক : অংকন কৰা, অঙ্কন কৰা
অর্থ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা
উদাহরণ : তেওঁ ঘৰৰ ্নক্সা আঁকিছে
সমার্থক : টনা
অর্থ : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়
উদাহরণ : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়
সমার্থক : চিন লগোৱা, দাগ লগোৱা
ইনস্টল