সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিশেষকৈ মানুহ আৰু বাহনৰ সমূহ যি প্রদর্শনী আদিত ক্রম অনুসৰি আগবাঢ়ি যায়
উদাহরণ : পুলিচে অকাৰণতে কুচকাৱাজ দলৰ ওপৰত লাঠীচালনা কৰিলে
সমার্থক : কুচকাৱাজ, মার্চ্চ
অর্থ : বিশাল জনসমাগমৰ প্রদর্শন
উদাহরণ : এই সমাবেশত ডাঙৰ ডাঙৰ নেতাই অংশগ্রহণ কৰিছে
সমার্থক : জনসভা, সমাবেশ, সমাৱেশ
ইনস্টল