সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰুচিৰ অনুকূল বা ভাল লগা
উদাহরণ : এইয়া মোৰ পচন্দৰ খাদ্য
সমার্থক : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত
অর্থ : যি ৰুচিৰে ভৰপূৰ
উদাহরণ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
সমার্থক : ভাল, ৰসাল, ৰুচিসম্পন্ন, ৰোচক
অর্থ : ৰুচি উৎপন্ন কৰোঁতা
উদাহরণ : মোৰ মায়ে ৰুচিকৰ আহাৰ ৰান্ধে
ইনস্টল