অর্থ : ব্রাজিলত চলা মুদ্রা
উদাহরণ :
এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?
অর্থ : ছৌদি আৰবত প্রচলিত মুদ্রা
উদাহরণ :
জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল
সমার্থক : ছৌদি আৰব ৰিয়েল
অর্থ : য়েমেন তথা ইৰাণত চলা মুদ্রা
উদাহরণ :
তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে
অর্থ : কম্বোডিয়াত প্রচলিত মুদ্রা
উদাহরণ :
এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান
অর্থ : য়েমেনত প্রচলিত মুদ্রা
উদাহরণ :
য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক
সমার্থক : য়েমেনি ৰিয়েল
অর্থ : ইৰাণত প্রচলিত মুদ্রা
উদাহরণ :
এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়
সমার্থক : ইৰাণিয়ান ৰিয়েল