অর্থ : কিন্বন প্রক্রিয়াৰে প্রস্তুত কৰা এক প্রকাৰৰ মদ
উদাহরণ :
তেওঁ ঘৰত অকলে বহি মদ খাই আছে
সমার্থক : ৰম
অর্থ : ভগৱানৰ অৱতাৰ বুলি ধৰা দশৰথ ৰজাৰ পুত্র
উদাহরণ :
প্রতিজন হিন্দুৱে ভগৱান ৰামৰ পূজা কৰে
সমার্থক : দশৰথ নন্দন, দাশৰথ দাশৰথি, ৰঘুকুলনন্দন, ৰঘুতিলক, ৰঘুনাথ, ৰঘুপতি, ৰঘুবৰ, ৰঘুমণি, ৰামচন্দ্র