অর্থ : সত্তৰৰ লগত দুই যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ :
বাৰৰ ছয়গুণ কৰিলে বাসত্তৰ পোৱা যায়
সমার্থক : বাসত্তৰ
অর্থ : সত্তৰ আৰু দুই
উদাহরণ :
তেখেতৰ যৌথ পৰিয়ালত বাসত্তৰজন সদস্য আছে
সমার্থক : তিনিকুৰি বাৰ, বাসত্তৰ