অর্থ : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া
উদাহরণ :
ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে
অর্থ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
উদাহরণ :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
সমার্থক : অসফল হোৱা, পৰাজিত হোৱা