অর্থ : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
উদাহরণ :
ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
সমার্থক : চেপি ধৰা, হেচুকি ধৰা
অর্থ : কিহবাৰ ওপৰত এনেদৰে জোৰ দিয়া যাতে সেইটো পিছলৈ আঁতৰি যায়
উদাহরণ :
কম্পিটাৰ চলাবৰ কাৰণে গুল্লুৱে তাৰ চুইছটো দবালে
সমার্থক : দবোৱা