সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
উদাহরণ : সকলোৰে মংগল হোৱা কাম কৰা উচিত
সমার্থক : কল্যাণ, ভাল, মংগল, লাভ
অর্থ : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য
উদাহরণ : সৎলোকে সকলোৰে উপকাৰ সাধে
সমার্থক : উপকাৰ, ভাল
ইনস্টল