অর্থ : বাৰে বাৰে আগলৈ পিছলৈ, ওপৰ-তল বা ইফালে-সিফালে যোৱা
উদাহরণ :
নদন-বদন শস্যবোৰ বতাহত হালি-জালি আছিল
অর্থ : স্ফূর্তি বা নিচাত শিৰ আৰু গা-অংশ আগলৈ-পিছলৈ আৰু ইফালে-সিফালে লৰচৰ কৰা কার্য
উদাহরণ :
লʼৰা-ছোৱালীবোৰে আনন্দত হালি-জালি আছে