অর্থ : গাত হাত বুলাই দিয়া কাৰ্য বা এক অৱস্থা
উদাহরণ :
হাত বুলোৱাৰ কাৰণে লʼৰাটো শুই গʼল
অর্থ : কোনো বস্তু বা শৰীৰৰ অংগ আদিৰ ওপৰত লাহে-লাহে হাত ফুৰাই দিয়া কার্য
উদাহরণ :
মাকে মৰমতে লʼৰা-ছোৱালীৰ গালত হাত বুলাইছে