সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কʼৰবাত কʼৰবাত হোৱা
উদাহরণ : সৰু-সুৰা ঘটনাক বাদ দি বন্ধ সফল হোৱা বুলিয়েই কʼব পাৰি
অর্থ : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
উদাহরণ : তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
সমার্থক : লাপি-লুপা
ইনস্টল