সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অকপট হোৱা অৱস্থা বা ভাব
উদাহরণ : সৰলতা মানুহৰ ভাল চৰিত্রৰ এটা লক্ষণ
সমার্থক : ঋজুতা, কপটহীনতা
অর্থ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
উদাহরণ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
সমার্থক : অমায়িকতা, ঋজুতা, সহজতা, সামান্যতা
অর্থ : সহজ হোৱা অৱস্থা বা ভাব
উদাহরণ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
সমার্থক : ঋজুতা, সহজ, সহজতা
ইনস্টল