অর্থ : স্বেচ্ছাচাৰী হোৱা অৱস্থা
উদাহরণ :
ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে প্রজাৰ মাজত ভয় সোমাই আছিল
অর্থ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
উদাহরণ :
ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
সমার্থক : মইমতালি