অর্থ : সূর্যৰ ্ পৰা বিকিৰিত পোহৰ
উদাহরণ :
দিন হোৱাৰ লগে লগে পৃথিৱীত সূর্যৰ ্পোহৰ বিয়পি পৰে
সমার্থক : বেলিৰ পোহৰ, সূর্য কিৰণ, সূর্য ৰশ্মি, সূর্যৰ ্পোহৰ, ৰবিৰশ্মি
অর্থ : সূর্যৰ ্ পোহৰ
উদাহরণ :
জাৰৰ দিনত ৰʼদ ভাল লাগে
সমার্থক : সূর্যৰ ্ তাপ, সূর্যৰশ্মি, ৰʼদ, ৰবিকৰ, ৰবিজ্যোতি, ৰৌদ্রপ্রভা