সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাল পৰিণাম বা ফলাফল
উদাহরণ : আমাৰ কামৰ সুপৰিণাম আহিবলৈ ধৰিছে
সমার্থক : সুপৰিণাম
অর্থ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
উদাহরণ : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
সমার্থক : প্রতিফল, পৰিণতি, পৰিণাম, ফল, ফলশ্রুতি, ফলাফল
ইনস্টল