অর্থ : উপৰুৱাকৈ কৰা শৃংগাৰ
উদাহরণ :
শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে
সমার্থক : সাজন-কাচন
অর্থ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
উদাহরণ :
বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
সমার্থক : সাজ-সজ্জা
অর্থ : যি সাজ-সজ্জা কৰিছে
উদাহরণ :
সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল