সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়
উদাহরণ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে
সমার্থক : সাক্ষী
অর্থ : কোনো কথাৰ সত্য বা অসত্য নি্র্ণয় কৰিবলৈ দিয়া বক্তব্য বা তত্ত্ব
উদাহরণ : প্রমাণ নোপোৱাৰ কাৰণেই অপৰাধীজন বাচি গʼল
সমার্থক : চবুত, প্রমাণ
ইনস্টল