সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু, প্রাণী আদিৰ শৰীৰৰ সম্পূর্ণ অংগ বা বিভাগ
উদাহরণ : এই সংস্থাটোৰ সর্বাংগতে ভ্রষ্টাচাৰ বিয়পিছে
সমার্থক : গোটেই দেহ, পূর্ণাংগ, পূর্ণাঙ্গ, সকলো অংশ, সর্বাংগ, সর্বাঙ্গ
অর্থ : প্রতিটো দিশতে
উদাহরণ : চিকাগো সন্মিলনৰ পিছত স্বামী বিবেকানন্দৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল
সমার্থক : চাৰিওফালে, চৌদিশে, সকলোতে
ইনস্টল