সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আকাৰ, পৰিমাণ, গুণ, মূল্য, মহত্ব আদিৰ ক্ষেত্রত একে বুজোৱা:এক টকা এশ পইচাৰ সমান, আপুনি মোৰ দেউতাৰ নিচিনা
উদাহরণ :
সমার্থক : দৰে, নিচিনা, যেন, লেখিয়া, লেখীয়া
অর্থ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
সমার্থক : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমৰূপী, সাইলাখ, হুবহু
ইনস্টল