অর্থ : কোনো বিশেষ ধৰণৰ উপভোক্তা, ব্যৱসায়ী আদি পৰস্পৰে লগ হৈ সকলোৰে হিতার্থে ্গঠন কৰা কোনো সমিতি বা সংস্থা যাৰ দ্বাৰা তেওঁলোকে কোনো বস্তু তৈয়াৰ বা বিক্রী আদিৰ কাম কৰে
উদাহরণ :
সমবায় সমিতিত ৰেচনৰ বস্তু সস্তাত পোৱা যায়
সমার্থক : সমবায় সমিতি