সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
উদাহরণ : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
সমার্থক : অনুমোদন, স্বীকৃতি
অর্থ : ওঁ বুলি কোৱা কার্য
উদাহরণ : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
সমার্থক : হয়ভৰ
অর্থ : সহমত প্রকাশ কৰা ভাব বা কার্য
উদাহরণ : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
সমার্থক : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
অর্থ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
উদাহরণ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
সমার্থক : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
ইনস্টল