অর্থ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
উদাহরণ :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
সমার্থক : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
অর্থ : একেবাৰে ঠিক বা উচিত
উদাহরণ :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
অর্থ : যিটো নৈতিকতাৰে ভৰি আছে
উদাহরণ :
আমি উচিত কাম কৰা উচিত
সমার্থক : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
অর্থ : যিটো নি্র্ধাৰিত বা নিশ্চিত
উদাহরণ :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
সমার্থক : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত