সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
উদাহরণ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
সমার্থক : জ্ঞান, বোধ, বোধি, সংজ্ঞা
অর্থ : যʼত চেতনা আছে
উদাহরণ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
সমার্থক : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত
ইনস্টল