সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুতৰ পৰা বা যিমান আছে তাৰ পৰা এটাকৈ লোৱা
উদাহরণ : প্রত্যেক ব্যক্তিৰ পৰীক্ষা কৰা হʼব
সমার্থক : চব, প্রতিজন, প্রতিটো, প্রত্যেক
অর্থ : যিমান আছে সকলোখিনি
উদাহরণ : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?
সমার্থক : মুঠ, সমগ্র, সমস্ত, সমুদায়, সম্পূর্ণ, সর্বমুঠ
ইনস্টল