অর্থ : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
উদাহরণ :
সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
সমার্থক : সংস্কৃত ভাষা
অর্থ : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে