অর্থ : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
উদাহরণ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
সমার্থক : মিশ্রণ
অর্থ : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
উদাহরণ :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
অর্থ : মিহলি হোৱা কার্য
উদাহরণ :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়