অর্থ : শ্লোভাকিয়াৰ অধিবাসী
উদাহরণ :
তাত মোৰ বন্ধুত্ব এজন শ্লোভাকিয়ানৰ সৈতে হৈছিল
সমার্থক : শ্লোভাকিয়া বাসী, শ্লোভাকিয়া-বাসী, শ্লোভাকিয়াবাসী
অর্থ : শ্লোভাকিয়াত প্রচলিত ভাষা
উদাহরণ :
শ্লোভাকিয়ান তেওঁ বহুত ্টান পায়
সমার্থক : শ্লোভাকী ভাষা, শ্লোভাকী-ভাষা
অর্থ : শ্লোভাকিয়াৰ সৈতে সম্বন্ধ থকা বা শ্লোভাকিয়াৰ
উদাহরণ :
ৰঙ্গ-মঞ্চত আজি শ্লোভাকিয়ান নাটক দেখুৱা হʼব
অর্থ : শ্লোভাকী ভাষাৰ সৈতে সম্বন্ধ থকা বা শ্লোভাকী ভাষাৰ
উদাহরণ :
তেওঁৰ ্নাম শ্লোভাকিয়ান পত্রিকাত ছপা হৈছিল