সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
উদাহরণ : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
সমার্থক : উপদেশ
অর্থ : বিদ্যা, সংগীত আদি পঢ়োৱা বা শিকোৱা কার্য
উদাহরণ : পাঠশালাত ভালেমান বিষয়ৰ শিক্ষা দিয়া হয়
সমার্থক : তালিম
অর্থ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
উদাহরণ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
সমার্থক : উপদেশ, জ্ঞান, বুজনি, শিকনি
ইনস্টল