সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লৰি থকা কার্য
উদাহরণ : মোৰ সোঁ চকুটো লৰাৰ কাৰণে বৰ অশান্তিত আছোঁ
অর্থ : চলমান কৰোৱা বা দুলন কার্য
উদাহরণ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
সমার্থক : জোকাৰি দিয়া, জোলা, দুলা, দুলি থকা, হেন্দোলা
অর্থ : কোনো অংগৰ হঠাৎ স্পন্দন হোৱা
উদাহরণ : মোৰ চকুদুটা কঁপিছে
সমার্থক : কঁ্পা
অর্থ : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা
উদাহরণ : বতাহত পাতবোৰ লৰিছে
সমার্থক : লৰচৰ কৰা
ইনস্টল