অর্থ : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
উদাহরণ :
যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
অর্থ : সম্পূর্ণৰূপে ভিজা বা তিতা
উদাহরণ :
জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
সমার্থক : টেপটেপীয়া, লুতুৰ-পুতুৰ