অর্থ : অনুচিতভাৱে লোৱা
উদাহরণ :
আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে
অর্থ : কাৰোবাক অত্যধিক খৰচ কৰোৱা
উদাহরণ :
সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে
অর্থ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য
উদাহরণ :
আমাৰ চহৰত এজন মহাজনক লুটিলে
সমার্থক : লুটপাত কৰা