সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আৰম্ভণিতে এজনে চকু মুদি থাকে আৰু সঁ্হাৰি পোৱাৰ লগে-লগে চকু মেলি লুকাই থকা লগৰসকলক বিচাৰি উলিওৱা লʼৰা-ছোৱালীৰ একপ্রকাৰৰ খেল
উদাহরণ : লʼৰা-ছোৱালীবোৰে চোতালত লুকা-ভাকু খেলি আছে
সমার্থক : লুক-ভাক, লুকা-ভাকু
ইনস্টল