অর্থ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
উদাহরণ :
লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
সমার্থক : লিখা
অর্থ : খাতা আদিত লিখা কার্য
উদাহরণ :
বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
সমার্থক : অন্তর্ভুক্ত ্কৰা, তোলা