অর্থ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা
উদাহরণ :
তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে
সমার্থক : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা
অর্থ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
উদাহরণ :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
সমার্থক : পোৱা
অর্থ : প্রাপ্ত হোৱা বা পোৱা কার্য
উদাহরণ :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
সমার্থক : পোৱা, প্রাপ্তি ঘটা