সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি লিপিত লাও ভাষা লিখা হয়
উদাহরণ : লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
সমার্থক : লাও লিপি
অর্থ : থাইলেণ্ড তথা লাওচ দেশৰ মেকং নদীৰ পাৰত বসতি কৰা বৌদ্ধ লোকৰ ভাষা
উদাহরণ : বৌদ্ধ ভিক্ষুকসকলে লাওত কিবা কথা কৈ আছে
সমার্থক : লাও ভাষা, লাও-ভাষা
অর্থ : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
উদাহরণ : লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
অর্থ : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
উদাহরণ : সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
সমার্থক : লাওচিয়ান
ইনস্টল