সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
উদাহরণ : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
সমার্থক : গন্তব্য, লক্ষ্য
অর্থ : নির্দিষ্ট কৰি থোৱা অন্তিম স্থান
উদাহরণ : দৌৰ প্রতিযোগিতাত একেলগে দুজন প্রতিযোগী গন্তব্য স্থানত উপস্থিত হʼল
সমার্থক : গন্তব্য স্থান
ইনস্টল