অর্থ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
উদাহরণ :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
সমার্থক : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
অর্থ : কোনো বস্তুৰ প্রসাৰিতকৰণ
উদাহরণ :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
সমার্থক : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা