অর্থ : হৰিণা জাতিৰ মাইকী
উদাহরণ :
চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
সমার্থক : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
অর্থ : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
উদাহরণ :
মৃগী দুৰাৰোগ্য নহয়
সমার্থক : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া