সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো আৱশ্যক হয়
উদাহরণ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
সমার্থক : প্রধান, মূল
অর্থ : সংগীতত স্বৰগ্রামৰ বা তাৰ লগত সম্বন্ধ থকা
উদাহরণ : বাদকে মুখ্য ছাবিটো হেচি দিলে মুখ্য স্বৰগ্রাম
সমার্থক : মেজৰ
অর্থ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
উদাহরণ : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
সমার্থক : প্রধান
অর্থ : যি কোনো ক্ষেত্রৰ প্রধান
উদাহরণ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
সমার্থক : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, শ্রেষ্ঠ
অর্থ : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
উদাহরণ : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
সমার্থক : প্রধান, প্রাথমিক
ইনস্টল