সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
উদাহরণ : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
সমার্থক : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, শিষ্ট, সভ্য, ৰুচিবান
অর্থ : যিটো অশ্লীল নহয়
উদাহরণ : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে
সমার্থক : ভাল, শ্লীল
ইনস্টল