অর্থ : যি প্রতিষ্ঠা লাভ কৰিছে
উদাহরণ :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
সমার্থক : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, সন্মানিত, সম্ভ্রান্ত
অর্থ : মানিবৰ যোগ্য
উদাহরণ :
এই কথাবোৰ যদি মান্য হয় তেতিয়াহে সকলোৱে বিশ্বাস কৰিব